10 questions
আধুনিক অসমত কোনে নব্যমাৰ্গ সংগীতৰ প্ৰথম প্ৰৱৰ্তন কৰিছিল বুলিব পাৰি–
প্ৰভাত চন্দ্ৰ বৰুৱা
লক্ষ্মীৰাম বৰুৱা
জ্যোতিপ্ৰসাদ আগৰৱালা
পাৰ্বতিপ্ৰসাদ বৰুৱা
তলৰ কোনটো উক্তি অশুদ্ধ৷
A. নব্যইতিহাসবাদৰ মতে ইতিহাসৰ বস্তুনিষ্ঠতা আৰু সামগ্ৰিকতা সাহিত্যত বস্তুনিষ্ঠভাৱে প্ৰতিফলিত হয়৷
B. নব্যইতিহাসবাদে ইতিহাসৰ পুনৰীক্ষণ আৰু বিচাৰত গুৰুত্ব দিয়ে৷
C. মাক্সৰ্বাদ আৰু নাৰীবাদ সাংস্কৃতিক বস্তুবাদৰ আধাৰস্বৰূপ৷
D. সাংস্কৃতিক বস্তুবাদে Close Textual Analysisত গুৰুত্ব দিয়ে
A
B
C
D
কোন শতিকাৰপৰা প্ৰাচীন অসমত ব্ৰাহ্মণসকল আগমন আৰু বসতি-বিস্তাৰ হৈছিল বুলি ক’ব পাৰি৷
খ্ৰীঃ চতুৰ্থ শতিকা
খ্ৰীঃ পঞ্চম শতিকা
খ্ৰীঃ দ্বিতীয় শতিকা
খ্ৰীঃ দশম শতিকা
অসমৰ সাংস্কৃতিক ইতিহাস[দ্বিতীয় খণ্ড] গ্ৰন্থৰ লেখক–
যতীন্দ্ৰ কুমাৰ বৰগোহাঞি
নবীন চন্দ্ৰ শৰ্মা
লীলা গগৈ
দিগন্ত ওজা
তলৰ কোনটো অঞ্চলক প্ৰাচীন অসমৰ আৰ্য-বসতিৰ কেন্দ্ৰীয় অঞ্চল নহয়
গুৱাহাটী-অঞ্চল
শিৱসাগৰ-অঞ্চল
গোৱালপাৰা-অঞ্চল
তেজপুৰ-অঞ্চল
অসমীয়া চিত্ৰশিল্পৰ ত্ৰি-ধাৰাৰ ৰজাঘৰীয়া ধৰ্মনিৰপেক্ষ চিত্ৰধাৰাৰ নিদৰ্শন থকা পুথি
চিত্ৰ ভাগৱত
হস্তীবিদ্যাৰ্ণৱ
যোগিনীতন্ত্ৰ
গুৰুচৰিত কথা
মধুৰাদাস আতা আৰু পদ্ম আতাই প্ৰৱৰ্তন কৰা নৱ-বৈষ্ণৱ ধৰ্মৰ সংহতি–
ব্ৰহ্ম সংহতি
পুৰুষ সংহতি
কাল সংহতি
নিকা সংহতি
‘অশুদ্ধ উক্তি’ৰ গোটটো হৈছে–
A. উদাৰ-মানৱতাবাদী সমালোচনা আৰু নতুন সমালোচনাক অগ্ৰাহ্য কৰিয়েই নব্যইতিহাসবাদ আৰু সাংস্কৃতিক বস্তুবাদৰ উত্থান হৈছিল৷
B. সাংস্কৃতিক বস্তুবাদৰ তাত্ত্বিক আধাৰ মিশ্বেল ফুকোৰ ‘ক্ষমতাৰ বাগ্ধাৰা’ৰ ওপৰত প্ৰতিষ্ঠিত৷
C. নব্যইতিহাসবাদে সাহিত্য-পাঠৰ লগতে সাহিত্য-ভিন্ন পাঠক সমগুৰুত্ব প্ৰদান কৰে৷
D. ইউৰোপৰ নব্যমাক্সৰ্বাদীসকলৰ চিন্তাধাৰাৰ আধাৰতে নতুন ইতিহাসবাদৰ বিকাশ হৈছিল৷
B,C
B,C,D
A,B
B,D
তলৰ কোনখন স্থপতিবিদ্যাৰ সৈতে জড়িত পুথি–
তীৰ্থ-কৌমুদী
দৰং ৰাজবংশাৱলী
চাংৰুং ফুকনৰ বুৰঞ্জী
কিতাবত মঞ্জুৰী
The History of Culture and Civilisation of the people of Assam to the Twelfth Century গ্ৰন্থৰ লিখক
ৰাজমোহন নাথ
প্ৰতাপ চন্দ্ৰ চৌধুৰী
কেশৱ নাৰায়ণ দত্ত
বিৰিঞ্চি কুমাৰ বৰুৱা