pencil-icon
Build your own quiz

Social Studies, History, Arts

University

Image

Assamese Culture : Cultural History and Cultural Studies

0
plays

10 questions

Show Answers
See Preview
  • 1. Multiple Choice
    10 seconds
    1 pt

    আধুনিক অসমত কোনে নব্যমাৰ্গ সংগীতৰ প্ৰথম প্ৰৱৰ্তন কৰিছিল বুলিব পাৰি–

    প্ৰভাত চন্দ্ৰ বৰুৱা

    লক্ষ্মীৰাম বৰুৱা

    জ্যোতিপ্ৰসাদ আগৰৱালা

    পাৰ্বতিপ্ৰসাদ বৰুৱা

  • 2. Multiple Choice
    30 seconds
    1 pt

    তলৰ কোনটো উক্তি অশুদ্ধ৷

    A. নব্যইতিহাসবাদৰ মতে ইতিহাসৰ বস্তুনিষ্ঠতা আৰু সামগ্ৰিকতা সাহিত্যত বস্তুনিষ্ঠভাৱে প্ৰতিফলিত হয়৷

    B. নব্যইতিহাসবাদে ইতিহাসৰ পুনৰীক্ষণ আৰু বিচাৰত গুৰুত্ব দিয়ে৷

    C. মাক্সৰ্বাদ আৰু নাৰীবাদ সাংস্কৃতিক বস্তুবাদৰ আধাৰস্বৰূপ৷

    D. সাংস্কৃতিক বস্তুবাদে Close Textual Analysisত গুৰুত্ব দিয়ে

    A

    B

    C

    D

  • 3. Multiple Choice
    10 seconds
    1 pt

    কোন শতিকাৰপৰা প্ৰাচীন অসমত ব্ৰাহ্মণসকল আগমন আৰু বসতি-বিস্তাৰ হৈছিল বুলি ক’ব পাৰি৷

    খ্ৰীঃ চতুৰ্থ শতিকা

    খ্ৰীঃ পঞ্চম শতিকা

    খ্ৰীঃ দ্বিতীয় শতিকা

    খ্ৰীঃ দশম শতিকা

  • Answer choices
    Tags
    Answer choices
    Tags

    Explore all questions with a free account

    Already have an account?